পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মাপ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মাপ   বিশেষ্য

অর্থ : কোনো বস্তু জোখ বা মাপলোৱা কাম

উদাহরণ : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল

সমার্থক : জোখ-মাপ, জোখমাপ

অর্থ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়

উদাহরণ : এইটো এক লিটাৰৰ মাপক

সমার্থক : মাপক, মাপক উপকৰণ

অর্থ : ভৰ, আয়তন আদি জোখা একক

উদাহরণ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে

সমার্থক : মাপক

অর্থ : জোখ-মাপ কৰা কার্য

উদাহরণ : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল

সমার্থক : জোখমাপ, নাপ

অর্থ : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়

উদাহরণ : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি

সমার্থক : জোখ, জোখ-মাখ, পৰিমাপ

चौपाल