পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মান্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মান্য   বিশেষণ

অর্থ : যিজন আদৰ কৰাৰ যোগ্য

উদাহরণ : মহাত্মা গান্ধী এজন আদৰণীয় ব্যক্তি আছিল

সমার্থক : আদৰণীয়, মাননীয়, সন্মানীয়

অর্থ : যিটো স্বীকাৰ কৰা হৈছে

উদাহরণ : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

সমার্থক : স্বীকৃত

অর্থ : যি প্রতিষ্ঠা লাভ কৰিছে

উদাহরণ : পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি

সমার্থক : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, সন্মানিত, সম্ভ্রান্ত

অর্থ : মানিবৰ যোগ্য

উদাহরণ : এই কথাবোৰ যদি মান্য হয় তেতিয়াহে সকলোৱে বিশ্বাস কৰিব

चौपाल