সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শান্ত হৈ পৰা এক অৱস্থা
উদাহরণ : জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
সমার্থক : শান্ত হোৱা
অর্থ : কথা নোকোৱা বা কথা নপতা
উদাহরণ : কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
সমার্থক : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা
ইনস্টল