পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মনত পেলোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মনত পেলোৱা   ক্ৰিয়া

অর্থ : কাৰোবাক কিবা স্মৰণ কৰোৱা কার্য

উদাহরণ : তুমি অলপ নিজৰ মগজটো খটোৱা

সমার্থক : খটোৱা

অর্থ : দেখা, শুনা বা পাৰ হৈ যোৱা কোনো কথা মনলৈ অনা

উদাহরণ : মই আপোনাক কেতিয়া লগ পাইছিলো মনত পেলাব পৰা নাই

সমার্থক : স্মৰণ কৰা

चौपाल