অর্থ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
উদাহরণ :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
সমার্থক : মাজু
অর্থ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
উদাহরণ :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
সমার্থক : মধ্যমীয়া