অর্থ : এক প্রকাৰৰ সৰু উদ্ভিদ যাৰ সৰু আৰু দীঘলীয়া আকাৰৰ গুটি তৰকাৰী হিচাপে খোৱা হয়
উদাহরণ :
খেতিয়কে খেতি পথাৰত ভেণ্ডী সিঁচি আছে
অর্থ : পাচলি হিচাপে খোৱা এজোপা সৰু গছৰ আঙুলিৰ নিচিনা ফল
উদাহরণ :
কবিৰাজৰ মতে ভেণ্ডি উষ্ণ, গ্রাহী আৰু ৰুচিকাৰক ??
সমার্থক : ভেণ্ডি