পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাগৰ লগা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাগৰ লগা   ক্ৰিয়া

অর্থ : পৰিশ্রম কৰি কৰি আৰু পৰিশ্রম কৰিব নোৱাৰা হোৱা অৱস্থা

উদাহরণ : ইমান কাম কৰাৰ পিছতো তেওঁৰ ্ ভাগৰ লগা নাই

সমার্থক : অৱস হোৱা, অৱসন্ন কৰা, ক্লান্ত হোৱা, ক্লান্ত-শ্রান্ত হোৱা, ভাগৰা, লেবেজান হোৱা পৰিশ্রান্ত হোৱা

অর্থ : ভাগৰি যোৱা কার্য

উদাহরণ : লʼৰাটোৰ পিছত দৌৰি-দৌৰি মাকৰ ভাগৰ লাগিল

चौपाल