অর্থ : সজ্জন হোৱা ভাব
উদাহরণ :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
সমার্থক : ঋজুতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
অর্থ : শিষ্ট বা ভদ্র হোৱা অৱস্থা
উদাহরণ :
সেই ৰাজমহলটোৰ ভদ্রতাই সকলোকে আকর্ষিত কৰে
সমার্থক : শিষ্টতা