পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভগোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভগোৱা   ক্ৰিয়া

অর্থ : অলপ অলপ কৰি দিয়া

উদাহরণ : পণ্ডিতে পূজাৰ পিছত পঞ্চামৃত বিতৰণ কৰিলে

সমার্থক : বিতৰণ কৰা, ভগাই দিয়া

অর্থ : আনক দৌৰা বা খেদাত প্রবৃত্ত কৰা

উদাহরণ : কুকুৰটোৱে মেকুৰীটোক দৌৰাই আছে

সমার্থক : দৌৰাই থকা, দৌৰোৱা

অর্থ : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা

উদাহরণ : চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে

সমার্থক : বিভাজন কৰা, ভাগ কৰা

অর্থ : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া

উদাহরণ : আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব

সমার্থক : বিতৰণ কৰা

चौपाल