পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ব্যঙ্গ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ব্যঙ্গ কৰা   বিশেষ্য

অর্থ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

উদাহরণ : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

সমার্থক : ঠাট্টা কৰা, বিদ্রূপ কৰা

ব্যঙ্গ কৰা   ক্ৰিয়া

অর্থ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

উদাহরণ : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

সমার্থক : ঠাট্টা কৰা

चौपाल