পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বোল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বোল   বিশেষ্য

অর্থ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

উদাহরণ : তেওঁৰ ্ মাতটো বৰ মিঠা

সমার্থক : কণ্ঠ, গলা, মাত, স্বৰ

অর্থ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী

উদাহরণ : ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত

সমার্থক : ৰহণ

অর্থ : গোৱা কার্য ্বা ভাব

উদাহরণ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

সমার্থক : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, সংগীত, সঙ্গীত

चौपाल