পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বোধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বোধ   বিশেষ্য

অর্থ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

উদাহরণ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

সমার্থক : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান

অর্থ : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান

উদাহরণ : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়

সমার্থক : প্রাজ্ঞা, বোধশক্তি

অর্থ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

উদাহরণ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

সমার্থক : বুদ্ধি

অর্থ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

উদাহরণ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

সমার্থক : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

चौपाल