পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেয়া   বিশেষ্য

অর্থ : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

উদাহরণ : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

সমার্থক : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

অর্থ : যিটো নষ্ট হৈ গৈছে

উদাহরণ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

সমার্থক : গেলা

অর্থ : যি প্রবল নহয়

উদাহরণ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

সমার্থক : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

অর্থ : ভালৰ ওলোটা বা বিপৰীত

উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

সমার্থক : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

অর্থ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

উদাহরণ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

সমার্থক : লেতেৰা

অর্থ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

উদাহরণ : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

সমার্থক : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

অর্থ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

উদাহরণ : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

সমার্থক : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা

चौपाल