পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেঁ্কা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেঁ্কা   বিশেষ্য

অর্থ : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব

উদাহরণ : মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে

সমার্থক : বক্রতা

বেঁ্কা   বিশেষণ

অর্থ : যিটো সমান বা সিধা নহয়

উদাহরণ : আমি সোনকালে চহৰ পাবলৈ বেঁ্কা ৰাস্তাৰে যাব লাগিব

সমার্থক : টেৰা, তি্র্যক

অর্থ : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা

উদাহরণ : এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা

সমার্থক : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা

चौपाल