পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বৃদ্ধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বৃদ্ধ   বিশেষ্য

অর্থ : যিজন ব্যক্তিৰ অৱস্থা ষাঠি বছৰৰ ্উর্ধত হৈছে

উদাহরণ : আমাৰ বুঢ়াবোৰৰ খবৰ ৰাখোতা ইয়াত কোনো নাই

সমার্থক : বুঢ়া, বৃদ্ধ পুৰুষ

বৃদ্ধ   বিশেষণ

অর্থ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া

উদাহরণ : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়

সমার্থক : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ লোক, বয়সীয়া মানুহ, বয়োবৃদ্ধ

অর্থ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে

উদাহরণ : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে

সমার্থক : বর্ষীয়ান, বুঢ়া, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ

चौपाल