পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বীৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বীৰ   বিশেষ্য

অর্থ : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন

উদাহরণ : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল

সমার্থক : জোৰৱান, বলৱান, বাহাদুৰ, বীৰ পুৰুষ

বীৰ   বিশেষণ

অর্থ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

উদাহরণ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

সমার্থক : পৰাক্রমী, বলৱান, বাহাদুৰ, সাহসী, সুৰ

অর্থ : জীৱনৰ বাজি লগাই দিওতা

উদাহরণ : আমাৰ দেশৰ স্বাধীনতা বীৰ ব্যক্তিসকলৰ উপহাৰ

चौपाल