সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
উদাহরণ : মায়ে আজিকালি বৰ আমনি কৰে
সমার্থক : আমনি কৰা
অর্থ : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
উদাহরণ : প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
সমার্থক : উদাসীন কৰা
অর্থ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
উদাহরণ : মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
ইনস্টল