অর্থ : বিহাৰত কোৱা এক ধৰণৰ ভাষা
উদাহরণ :
তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে
অর্থ : বিহাৰ ৰাজ্যৰ অধিবাসী
উদাহরণ :
ভালেমান বিহাৰী মোৰ ভাল বন্ধু
অর্থ : বিহাৰৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে
অর্থ : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ