পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিষাদ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিষাদ   বিশেষ্য

অর্থ : অভিলাষ পূর্ণ ্নোহোৱা কাৰণে মনত পোৱা দুখ

উদাহরণ : চাকৰী নোপোৱাৰ বাবে তেওঁৰ মন বিষাদেৰে ভৰি পৰিল

অর্থ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

উদাহরণ : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

সমার্থক : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ

चौपाल