অর্থ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
উদাহরণ :
শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
সমার্থক : নিৰ্দিষ্ট
অর্থ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
উদাহরণ :
মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
সমার্থক : জৰুৰী