পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিভাজন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিভাজন   বিশেষ্য

অর্থ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব

উদাহরণ : ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে

সমার্থক : ভাগ-বাটোৱাৰা

অর্থ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব

উদাহরণ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল

সমার্থক : অনৈক্য, অমিল, ফাট, বিভেদ, ভেদ

অর্থ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য

উদাহরণ : আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব

সমার্থক : হৰণ অংক

चौपाल