পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিপৰীত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিপৰীত   বিশেষণ

অর্থ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে

উদাহরণ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে

সমার্থক : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ

অর্থ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা

উদাহরণ : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু

সমার্থক : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত

অর্থ : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়

উদাহরণ : জলৰ বিপৰীত শ্্ব্দটো লিখক

অর্থ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়

উদাহরণ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল

সমার্থক : প্রতিকূল, প্রতীপ, বিৰুদ্ধ

चौपाल