অর্থ : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
উদাহরণ :
ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
সমার্থক : বিকলাঙ্গ
অর্থ : যাৰ হাত বা ভৰিত বিকৃতি আছে
উদাহরণ :
এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
সমার্থক : বিকলাঙ্গ