অর্থ : প্রতিৰোধ বা বিৰোধ নকৰা
উদাহরণ :
অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
সমার্থক : অপ্রতিহত, নির্বিবাদ, প্রতিৰোধহীন
অর্থ : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
উদাহরণ :
হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
সমার্থক : কুণ্ঠাৰহিত, নিৰঙ্কুশ, লেকাম নাইকিয়া, স্বেচ্ছাকৃত, স্বেচ্ছাচাৰী