সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
উদাহরণ : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল
সমার্থক : জোৰৱান, বাহাদুৰ, বীৰ, বীৰ পুৰুষ
অর্থ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
উদাহরণ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
সমার্থক : পৰাক্রমী, বাহাদুৰ, বীৰ, সাহসী, সুৰ
ইনস্টল