পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বল   বিশেষ্য

অর্থ : কাপোৰ, চামৰা আদিৰে খেলিবলৈ সাজি লোৱা গোলাকাৰ বস্তু:এই বলটোত বতাহ নাই শিশুবোৰে বল লৈ খেলিবলৈ বৰ ভাল পায়

উদাহরণ :

অর্থ : ক্রিকেট খেলত বলাৰে বলিং কৰা কার্য

উদাহরণ : শচীনে চৈয়ব আখটাৰৰ প্রথম বলতে ছয় কোবালে

অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

সমার্থক : জোৰ, তেজ, পৰাক্রম, শকতি, শক্তি

चौपाल