অর্থ : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
উদাহরণ :
চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
সমার্থক : ৰক্ষা কৰা
অর্থ : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
উদাহরণ :
তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
অর্থ : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
উদাহরণ :
আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
অর্থ : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
উদাহরণ :
মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে