পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বচা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বচা   বিশেষ্য

অর্থ : বাচনি কৰা কার্য

উদাহরণ : তেওঁ পুথি্ভঁ্ৰালৰ পৰা ভাল কিতাপ বাচি আছে

বচা   ক্ৰিয়া

অর্থ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

উদাহরণ : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

সমার্থক : ৰোৱা

অর্থ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা

উদাহরণ : কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো

সমার্থক : পচন্দ কৰা

অর্থ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য

উদাহরণ : মায়ে চাউল বাচি আছে

चौपाल