অর্থ : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
উদাহরণ :
নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
অর্থ : যʼত ফল লাগি আছে
উদাহরণ :
খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
অর্থ : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
উদাহরণ :
ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
সমার্থক : ফলদায়ী