পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফল   বিশেষ্য

অর্থ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়

উদাহরণ : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে

সমার্থক : ফলমূল

অর্থ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা

উদাহরণ : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল

সমার্থক : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল

ফল   বিশেষণ

অর্থ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা

উদাহরণ : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ

সমার্থক : প্ৰতিফল

चौपाल