পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফচোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফচোৱা   ক্ৰিয়া

অর্থ : কাৰোবাক বন্ধন বা ফান্দত এনেদৰে পেলোৱা যাৰ কাৰণে তেওঁৰ ্ওলাব নোৱাৰা অৱস্থা হয়

উদাহরণ : চিকাৰীয়ে চৰাইবোৰ জালত ফচালে

সমার্থক : ফান্দত পেলোৱা

অর্থ : ফান্দ বা জালত পেলাই দিয়া এক অৱস্থা

উদাহরণ : চিকাৰীয়ে জালত চৰাই ফচালে

সমার্থক : ফান্দত পেলোৱা

चौपाल