অর্থ : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যোৱা কার্য
উদাহরণ :
পৰিবহনৰ কাৰণে পৰিবাহকৰ আৱশ্যক হৈছে
অর্থ : কোনো বস্তু এঠাইৰ পৰা অন্য কোনো ঠাইলৈ কঢ়িয়াই নিয়া কার্য
উদাহরণ :
মালবস্তু বহন কৰিবৰ কাৰণে তেওঁ এজন কুলীক মাতিলে
সমার্থক : বহন