অর্থ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
উদাহরণ :
তেওঁ ্ পকা আম খাই আছে
সমার্থক : পকা
অর্থ : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
উদাহরণ :
এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
সমার্থক : অনুভবী