পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিণতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিণতি   বিশেষ্য

অর্থ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা

উদাহরণ : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল

সমার্থক : প্রতিফল, পৰিণাম, ফল, ফলশ্রুতি, ফলাফল, সুফল

অর্থ : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

উদাহরণ : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

সমার্থক : সিদ্ধান্ত

चौपाल