পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰম্পৰাবাদী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰম্পৰাবাদী   বিশেষ্য

অর্থ : পৰম্পৰাবাদক মানি চলা ব্যক্তি

উদাহরণ : পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই

অর্থ : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি

উদাহরণ : চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক

সমার্থক : ৰুঢ়ীবাদী

পৰম্পৰাবাদী   বিশেষণ

অর্থ : পৰম্পৰাবাদক মানি চলা

উদাহরণ : মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ

चौपाल