পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রেম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রেম   বিশেষ্য

অর্থ : প্রেমিক-প্রেমিকাৰ মাজৰ সম্বন্ধ

উদাহরণ : বোলছবি জগতত ৰোমাঞ্চৰ বহুল চর্চা হৈ থাকে

সমার্থক : পীৰিতি, প্রেম-পীৰিতি, প্রেম-প্রসংগ, প্রেম-প্রসঙ্গ, প্রেম-প্রীতি, ৰোমাঞ্চ

অর্থ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

উদাহরণ : প্রেম নিস্বার্থ ্ হʼব লাগে

সমার্থক : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, ভালপোৱা, মহব্বত

অর্থ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

উদাহরণ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

সমার্থক : অনুৰাগ, প্রণয়, প্রীতি, ভালপোৱা

चौपाल