পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রতিৰূপ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রতিৰূপ   বিশেষ্য

অর্থ : যি আকাৰ, প্রকাৰ, গুণ আদিত কাৰোবাৰ বা কিহবাৰ সমান যেন লাগে

উদাহরণ : মোহন নিজৰ দেউতাকৰ প্রতিৰূপ এই খেলনাটো এই আনটো খেলনাৰ প্রতিৰূপ

অর্থ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

উদাহরণ : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

সমার্থক : অনুকৃতি, নকল, প্রতিকৃতি

चौपाल