পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রতিনিধিত্ব শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রতিনিধিত্ব   বিশেষ্য

অর্থ : প্রতিনিধি হোৱাৰ ভাৱ

উদাহরণ : তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে

অর্থ : প্রতিনিধি হোৱা অৱস্থা বা ভাব

উদাহরণ : এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে

অর্থ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য

উদাহরণ : মই প্রতিনিধিত্ব কৰিব নোৱাৰো

সমার্থক : এজেঞ্চি

चौपाल