পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পোনে-পোনে শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পোনে-পোনে   ক্ৰিয়া বিশেষণ

অর্থ : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি

উদাহরণ : তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!

অর্থ : মাজত অলপো নোৰোৱাকৈ

উদাহরণ : তুমি ইয়াৰ পৰা সিধা ঘৰলৈ যোৱা

সমার্থক : সিধা, সিধাই

অর্থ : নুঘূৰাকৈ

উদাহরণ : আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব

অর্থ : মধ্যস্থতা নোহোৱাকৈ

উদাহরণ : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো

সমার্থক : চিধাকৈ, পোনপটীয়াকৈ

चौपाल