পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পেটুৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পেটুৱা   বিশেষ্য

অর্থ : বহুত খাব পৰা ব্যক্তি

উদাহরণ : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে

সমার্থক : খাইকহ, জীয়াভূত, ৰাক্ষহ

পেটুৱা   বিশেষণ

অর্থ : ডাঙৰ পেটযুক্ত

উদাহরণ : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে

অর্থ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক

উদাহরণ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ

সমার্থক : অতিভোজী, ঔদৰিক, খকুৱা

चौपाल