পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পুৰুষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পুৰুষ   বিশেষ্য

অর্থ : মানৱ জাতিৰ মতা

উদাহরণ : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

সমার্থক : মতা, মতা মানুহ, মুনিহ, মৰদ

অর্থ : ব্যাকৰণত সর্ব ্নামৰ যি ভেদৰ দ্বাৰা সর্ব- নামৰ প্রয়োগ বক্তাৰ বাবে হৈছে নে শ্রোতাৰ বাবে হৈছে বা আন কোনো তৃতীয়জনৰ বাবে হৈছে জানিব পাৰি

উদাহরণ : ব্যাকৰণৰ মতে পুৰুষ তিনি প্রকাৰৰ

অর্থ : বংশ পৰম্পৰাত কাৰোবাৰ পিতা, ককা, আজোককা আদি বা পুত্র, নাতি, পৰিনাতি আদিৰ বিচাৰেৰে কৰা গণনা-ক্রমৰ কোনো স্থান

উদাহরণ : তিনি পুৰুষৰ পিছত আমাৰ ঘৰত কোনো কন্যা সন্তানৰ জন্ম হʼল

चौपाल