পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পুৰাতত্ত্ব শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পুৰাতত্ত্ব   বিশেষ্য

অর্থ : প্রধানভাৱে ইতিহাসৰ পূর্ব্্কালৰ বস্তুৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ সম্ভেদ বিচৰা এক বিজ্ঞানসন্মত বিদ্যা

উদাহরণ : সীমা পুৰাতত্ত্বৰ এগৰাকী ছাত্রী

সমার্থক : পুৰাবিদ্যা, পুৰাশাস্ত্র, প্রত্ন-বিজ্ঞান

অর্থ : যি বিজ্ঞানত প্রাচীন কালৰ বস্তুবোৰৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ অন্বেষণ কৰা হয়

উদাহরণ : পুৰাতত্ত্বত নিত্য নতুন অন্বেষণ হৈ আছে

সমার্থক : পুৰাতত্ত্ব বিজ্ঞান

অর্থ : প্রাচীন কালৰ কথা

উদাহরণ : পুৰা কথাই প্রাচীন কালৰ কথাৰ

সমার্থক : অতীতবৃত্তান্ত, ইতিকথা, ইতিবৃত্ত, পুৰা কথা, পুৰাখ্যান, পুৰাবৃত্ত

चौपाल