পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পুতলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পুতলা   বিশেষ্য

অর্থ : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী

উদাহরণ : শিশুৱে পুতলা লৈ খেলি আছে

সমার্থক : পুতলি, পুত্তলিকা

অর্থ : খেলাৰ কাৰণে বনোৱা বস্তু

উদাহরণ : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে

সমার্থক : ক্রীড়নক, খেলনা

অর্থ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু

উদাহরণ : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে

সমার্থক : খেলনা

অর্থ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ

উদাহরণ : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়

সমার্থক : পুত্তলিকা

चौपाल