অর্থ : কেইবাটাও গুলী একেলগে চলাব পৰা এক ধৰণৰ মাৰণাস্ত্র
উদাহরণ :
নাথুৰামৰ ৰিভল্ভাৰৰ পৰা ওলোৱা গুলীয়েই গান্ধীজীৰ মৃত্যুৰ কাৰণে
সমার্থক : ৰিভল্ভাৰ
অর্থ : বন্দুকৰ দৰে এবিধ সৰু অস্ত্র
উদাহরণ :
পুলিচে চোৰৰ হাতৰ পৰা এটা বিদেশী পিষ্টল উলিয়ালে
সমার্থক : পিস্তল