অর্থ : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
উদাহরণ :
তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
অর্থ : ভৰি থোৱা কোনো বস্তু বা স্থান
উদাহরণ :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
সমার্থক : পাওদানী