পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পালেং শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পালেং   বিশেষ্য

অর্থ : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব

উদাহরণ : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে

সমার্থক : খাট, ঢাৰিপাটি, পালঙ্ক, বিচনা, শয্যা, শেতেলী, শোৱাপাটি

অর্থ : এক প্রকাৰৰ শাক

উদাহরণ : মায়ে আজিৰ ্ সাঁজত পালেং আৰু ৰুটি বনাইছে

সমার্থক : পালেং শাক

অর্থ : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ

উদাহরণ : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল

সমার্থক : খাটিয়া, পাটী, বিছনা, শয্যা, শেতেলি

चौपाल