পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাত্র   বিশেষ্য

অর্থ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে

উদাহরণ : নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে

সমার্থক : চৰিত্র

অর্থ : কিবা ৰাখিবৰ কাৰণে মানুহ তৈয়াৰ কৰি লোৱা বস্তু

উদাহরণ : তেওঁ কুকুৰটোক মাটিৰ পাত্রত গাখীৰ খুৱাই আছে

সমার্থক : আধান, আধাৰ, ধাৰক, নিধান, ভাণ্ড

অর্থ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি

উদাহরণ : দান যোগ্য ব্যক্তিকহে দিয়া উচিত

সমার্থক : যোগ্য ব্যক্তি

चौपाल