পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাতকী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাতকী   বিশেষ্য

অর্থ : যি পাপ কৰে বা পাপ কৰা ব্যক্তি

উদাহরণ : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে

সমার্থক : পাপকর্মী, পাপাচাৰী, পাপাত্মা, পাপী

পাতকী   বিশেষণ

অর্থ : অপৰাধ কৰা লোক

উদাহরণ : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে

সমার্থক : অপৰাধী, দোষী, পাপী, ্অধর্মী

অর্থ : যি পাপ কৰে বা পাপ কৰোতা

উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

সমার্থক : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

चौपाल