অর্থ : যিজনে কোনো বস্তু লাভ কৰিছে
উদাহরণ :
পত্রখনত প্রাপকৰ নাম আৰু ঠিকনা স্পষ্টভাৱে লিখা আছিল
সমার্থক : প্রাপক
অর্থ : লাভ কৰোঁতাজন বা ্পাওতাজন
উদাহরণ :
পাওঁ্তা ব্যক্তিৰ নাম কাগজত স্পষ্টভাৱে আখৰত লিখা উচিত
সমার্থক : প্রাপক