অর্থ : পশ্চিমৰ বা পশ্চিম সম্বন্ধীয়
উদাহরণ :
তেওঁ ্ভাৰতবর্ষৰ পশ্চিমীয়া অঞ্চলৰ বাসিন্দা
অর্থ : পশ্চিমৰ দেশৰ সৈতে সম্বন্ধ ৰাখোঁতা
উদাহরণ :
আজিকালি আমি ভাৰতীয়সকলে পশ্চিমীয়া সভ্যতাৰ পিনে ধাৱমান হʼবলৈ লৈছোঁ
সমার্থক : পাশ্চাত্য